Lesson:- "মোৰ মাতৃমুখ দৰ্শন"

support me
Buy anything with my link:-
https://amzn.to/2Ps7QFF

Class 12Assamese MIL Answer:-
মোৰ মাতৃমুখ দৰ্শন পাঠটিৰ চমু প্ৰশ্ন উত্তৰ:-
পাঠ ১ :- (গদ্য):- মোৰ মাতৃমুখ দৰ্শন
অতি চমু প্ৰশ্ন:-
১:-আধুনিক অসমীয়া সাহিত্যৰ কাণ্ডাৰী বুলি কাক কোৱা হয় ?
  Ans:- লক্ষ্মীনাথ বেজবৰুৱিক ।

২:- বেজবৰুৱাৰ জন্ম ক'ত অৰু কেতিয়া হৈছিল?
Ans:- নগাঁও জিলাৰ আঁহতগুৰিত আৰু ১৯৬৪ চনত ।

৩:- বেজবৰুৱাৰ পত্নীৰ নাম কি  আছিল?
   Ans:- প্ৰজ্ঞা সুন্দৰী দেবী ।

৪:-বেজবৰুৱাৰ ধেমেলীয়া নাটক কেইখনৰ নাম লিখা ।
Ans:-লিতিকাই, পাচনি, নোমল, চিকৰপিতি-নিকৰপিত ।

৫:- বেজবৰুৱাৰ বুৰঞ্জীমূলক নাতক কেইখনৰ নাম লিখা ।
Ans:- জয়মতী কুঁৱৰী, চক্ৰধবজ সিংহ, বেলিমাৰ ।

৬:- বেজবৰুৱাৰ উপ্যন্যাস নাম লিখা।       Ans:- পদুম কুঁৱৰী ।

৭:- বেজবৰুৱাৰ চুটিগল্পৰ নাম লিখা ।
Ans:- জোনবিৰি, সাধুকথাৰ কুঁকি, কেহোকলি।

৮:-বেজবৰুৱাৰ সাধুৰকথাৰ নাম লিখা।
Ans:- বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতি- ল'ৰা , জুনুকা ।

৯:- বেজবৰুৱাৰ আত্মজীৱনী খনৰ নাম লিখা ।Ans:- মোৰ জীৱন সোঁৱৰণ ।

১০ :- বেজবৰুবাৰ তত্ত্বমুলক গ্ৰন্থৰ নাম লিখা।
Ans:- তত্ত্বকথা, আৰু শ্ৰীকৃষ্ণকথা ।

১১:- সম্বলপুৰৰ পৰা বেজবৰুৱাই কেতিয়া আৰু কোন কোন আহিছিল?
 Ans:- ১৯৩০ চনত ১৯ ছেপ্টেম্বৰত আৰু বেজবৰুৱাৰ লগত তেওঁৰ পত্নী আৰু কন্যা আহিছিল ।

১২:-বালিয়া স্কলৰ প্ৰধান শিক্ষয়িত্ৰী গৰাকীৰ নাম লিখা ।
Ans:- শ্ৰীমতী গৌৰীপ্ৰভা চলিহা ।

১৩:- সম্বলপুৰ ভাৰতৰ কোন ৰাজ্যত অবস্থিত?
Ans:- উৰিষ্যাত অবস্থত।

১৪:- অসমীয়া চুটি গল্পৰ জনক কোন?
Ans:- লক্ষ্মীনাথ বেজবৰুৱা ।

১৫:- লেখকে কিমান বছৰ মুৰত মাতৃমুখ দৰ্শন কৰিছিল ?
Ans :- ডেৰকুৰি কি দুকুৰি বছৰৰ মুৰত ।


১৬):-মোৰ মাতৃমুখ দৰ্শন পাঠটিত 'মাতৃ ' শব্দৰে কি বুজাইছে?
Ans:- মাতৃ শব্দৰে লেখকৰ মাতৃ ভূমি অসমক বুজাইছে ।

প্ৰ:- লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল ?
Ans :- লক্ষ্মীনাথ বেজবৰুৱাই গুৱাহাটীত উপস্থিত হোৱাৰ দিনা সন্ধিয়া কটন কলেজৰ ছাত্ৰ-বন্ধুসকলে সভাপাতি তেওঁক অভিনন্দন জনাইছিল । সেইদিনা সভাত একোজনে শুৱলাকৈ ইংৰাজী আৰু অসমীয়া ভাখাত বক্তৃতা দিছিল। কোনোজনে সুললিত কণ্ঠেৰে গাইছিল, ওজাপালি হৈ সুন্দৰ অংগী ভংগীৰে হাস্যৰসম্পূৰ্ণ বিয়াহ গাইছিল ।

 প্ৰশ্ন:- মোৰ মাতৃমুখ দৰ্শন'ত লেখকে উল্লেখ কৰা 'মাজিউ' আৰু 'জ্ঞান' কোন"আছিল?
Ans:- 'মাজিউ' হৈছে সুকবি সুবিখ্যাত চাহ খেতিয়ত চন্দ্ৰকুমাৰ আগৰৱালা। 'জ্ঞান' হৈছে আৰ্লল কলেজৰ প্ৰিন্সিপাল জে. বৰুৱা বেৰিষ্টাৰ এট্‌-লৰ ।

প্ৰশ্ন:- লেখকে তেওঁৰ নিজৰ ক্ষেত্ৰত নাৰী পথত গলগ্রহ নহৈ গলৰ মালাহে হৈ পৰা বুলি কিয় কৈছিল ?
Ans:- লেখকৰ বাবে নাৰি পথৰ গলগ্ৰহ নহয় সম্পুজিতাহে । কিয়নো ৰে'লৰ টিকট কিনা , যাত্ৰাকালত বয়-বস্তুত চকু ৰখা সময়ে সময়ে ফল-মূল , চাহ-পিঠা খাবলৈ দিয়া, শুবলৈ পাটীখন পাৰি দিয়া গাৰুটো গুজি দিয়া,  বিচনীৰে বিচি দিয়া আদি যাত্ৰাপথত প্ৰয়োজনীয় সকলো কাম পত্নীয়ে সম্পশন্ন কৰে।

পশ্ন:- " গিৰীয়েক অঁকৰা মৈত উঠিল আৰু মৈৰ পৰা ননমাই হ'ল "- ইয়াত কাৰ গিৰীয়েকৰ কথা আৰু কিয় কৈছে ?
Ans:- গিৰীয়েক অঁকৰা মৈত উথিল অৰু মৈৰ পৰা ননমাই হ'ল -ইয়াত পাৰ্বতীৰ গিৰীয়েক অৰ্থাৎ মহাদেৱৰ কথা কৱা হৈছে । এবাৰ পাৰ্বতীয়ে মহাদেৱক ঘৰতে ভাং , ধুতুৰা খাই বহি থকাৰ বাবে ধিক্কাৰ দিছিল কিয়োনো তেওঁ গৃহস্থৰ কাম-কজ মন দিয়া নাছিল। খেতি কৰি ধান নৰ্জালৈ পাৰ্বতীয়ে কৰা ককৰ্থনা শুনি  বৃষভক লৈ মহাদেৱে খেতিত ধৰিলে। খোৱা-শোৱা বাদ দি তেওঁ উভৈনদী কৰি পেলালে আনকি ঘৰৰৈও নহা হ'ল ।

প্ৰশ্ন:- "যথা নিযুত্তোহস্মি তথা কৰোমি" । - এই বাক্য শাৰি প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা ।
Ans:- উক্ত কথাফাকি আমাৰ পাঠ্যপুঠিৰ অন্তৰ্গত লক্ষ্মীনাথ বেজবৰুৱাই লিখা 'মোৰ মাতৃমুখ দৰ্শন ' নামৰ পাঠটিৰ পৰা তুলি লোৱা হৈছে ।
            উক্ত সংস্কৃত পদটিৰ অৰ্থ হ'ল যিদৰে নিযুক্ত হৈছো তাকে কৰিছো ।                                       কৰ্মসূত্ৰে উৰিষ্যা সম্বলপুৰত থাকিবলৈ লোৱা লক্ষ্মীনাথ বেজবৰুৱাই ডেৰ-দকুৰি বছৰ পাছত ১৯৩০ চনত মাতৃভুমি অসমলৈ উভতি আাহে । ২২ ছেপ্টেম্বৰ তাৰিখে তেওঁ গুৱাহাটীত উপস্থিত হয় । তেওঁক  সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে কটন কলেজৰ ছাত্ৰসকলে গধুলি এখন সভা অনুষ্ঠিত কৰে । সিদিনা বেজবৰুৱাৰ গা সিমান ভাল নাছিল । তথাপি জাতীয় সাহিত্যৰ কাণ্ডাৰী হিচাপে সভালৈ গৈ ছাত্ৰসকলক উৎসাহিত কৰাটো তেওঁৰ দায়িত্ব বুলি ভাবিছিল । ঈশ্বৰে যেন তেনেবোৰ কাম কৰিবলৈ তেওঁক পৃথিৱীলৈ পঠিয়াইছে। -এই ভাৱ প্ৰকাশ কৰিবলৈ লেখকে উক্ত পদটিৰ অৱতাৰণা কৰিছে।

প্ৰশ্ন:- 'হাহা হুহু' কোন আছিল? এওলোকক কোনে কি কাৰেণ কাৰণে সৃষ্টি কৰিছিল লিখা ।
Ans:- 'হাহা হুহু' আছিল পাৰ্বতীৰ মানস পুত্ৰ।
          এদিন পাৰ্বতীয়ে মহাদেৱক ধিক্কাৰ দি কৈছিল, যে মহাদেৱে ভাং , ধুতুৰা খাই বহি থাকে, গৃহস্থৰ কাম-কাজ একো নকৰে । ঘৰত থকা বৃষভেৰে হাল বাই খেতি-বাতি কৰি এগাল ধান নাৰ্জে। এনে ককৰ্থনা শুনি মহাদেৱে খেতি কৰিবলৈ ওলাই যায় । মহাদেৱে খেতি কৰি উভৈনদী কৰি পেলালে। কিন্তু তেওঁ খোৱা-শোৱা বাদ দিলে , ঘৰলৈ আহিবলৈ পাহৰিলে।গিৰীয়েক ঘৰলৈ নহা দেখি পাৰ্বতী চিন্তিত হৈ পৰিল আৰু ঘৰলৈ ঘুৰাই আনিবলৈ নন্দী-ভৃংগীকে আদি কৰি বিভিন্ন মানুহ পঠিয়ালে। ডাঁহ, মহ, চেৰেপা সৃষ্টি কৰি মহাদেৱক আমনি কৰিবলৈ পঠিয়ালে গিৰীয়েক নাহিল। গিৰীয়েক নহা দেখি পাৰ্বতীয়ে দুই মানস পুত্ৰ হাহা হুহু সৃষ্টি কৰি মহাদেৱক ঘৰলৈ  ঘুৰাই আনিবলৈ পঠিয়ায়।


প্ৰশ্ন:- লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত ।
Ans:- লক্ষ্মীনাথ বেজবৰুৱাক ডিব্ৰুগড়ৰ ডেকা সকলৰ নাট্যচৰ্চাই বিশেষভাৱে আাকৰ্ষণ কৰিছিল। বেজবৰুবাই গুৰুত্ব দিছিল। কিন্তু অসমীয়া ভাষাত তেনে নাটকৰ সংখ্যা আছিল অতি কম। বিদেশী ভাষাৰ নাটক অসমীয়ালৈ ভাংনি কৰি মঞ্জস্থ কৰা কথাটো তেওঁ বৰ ভাল নাপালেও একেবাৰে অভিনয় নকৰাটোও সমৰ্থন কৰা নাছিল। বিদেশী নাটক পকৃত অসমীয়ালৈ অনূবাদ হলেহে অসমীয়া সাহিত্য সমৃব্ধ হব বুলি তেওঁ ভাবিছিল। তাকে নকৰি আধাকেছেলুৱা ভাষা সংস্কৃতিৰ প্ৰচলন হ'লে সি অসম তথা
অসমীয়াৰ ক্ষতিহে কৰিব।
                 এসময়ত কলিকতা নিবাসী কেইগৰাকীও অসমীয়া ছাত্ৰই লগহৈ শ্বেক্সপীয়েৰৰ Comedy of errors নাটকখন 'ভ্ৰমৰংগ ' নামৰ অসমীয়ালৈ অনবাদ কৰিছিল সৰ্ববাধাৰণক আকৃষ্ট কৰিব পৰা ধাৰণৰ বিদেশী নাট অসমীয়ালৈ ভাঙি তাক অসমীয়া সজ-পাৰ পিন্ধাই অসমীয়া ৰংগশালাত তুলি দিয়াত বেজবৰুবাই বিচাৰে।

1 comment:

  1. https://devlibrary.in/seba-class-10-solutions/

    All Class 10 Solutions

    ReplyDelete