Ans:- উক্ত কথাফাকি আমাৰ পাঠ্যপুঠিৰ অন্তৰ্গত লক্ষ্মীনাথ বেজবৰুৱাই লিখা 'মোৰ মাতৃমুখ দৰ্শন ' নামৰ পাঠটিৰ পৰা তুলি লোৱা হৈছে ।
উক্ত সংস্কৃত পদটিৰ অৰ্থ হ'ল যিদৰে নিযুক্ত হৈছো তাকে কৰিছো।
কৰ্মসূত্ৰে উৰিষ্যা সম্বলপুৰত থাকিবলৈ লোৱা লক্ষ্মীনাথ বেজবৰুৱাই ডেৰ-দকুৰি বছৰ পাছত ১৯৩০ চনত মাতৃভুমি অসমলৈ উভতি আাহে । ২২ ছেপ্টেম্বৰ তাৰিখে তেওঁ গুৱাহাটীত উপস্থিত হয় । তেওঁক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে কটন কলেজৰ ছাত্ৰসকলে গধুলি এখন সভা অনুষ্ঠিত কৰে । সিদিনা বেজবৰুৱাৰ গা সিমান ভাল নাছিল । তথাপি জাতীয় সাহিত্যৰ কাণ্ডাৰী হিচাপে সভালৈ গৈ ছাত্ৰসকলক উৎসাহিত কৰাটো তেওঁৰ দায়িত্ব বুলি ভাবিছিল । ঈশ্বৰে যেন তেনেবোৰ কাম কৰিবলৈ তেওঁক পৃথিৱীলৈ পঠিয়াইছে। -এই ভাৱ প্ৰকাশ কৰিবলৈ লেখকে উক্ত পদটিৰ অৱতাৰণা কৰিছে।

যথা নিযুক্তোহস্মি তথা কৰোমি" পাঠতিৰ মর্মার্থ লিখা?
ReplyDeleteপ্ৰসংগ সংগতি দর্শাই ব্যাখ্যা কৰা ৰামৰ হাতত জানো মোৰ যাইবজিব। তথাপি নিদিবো সীতা জনকৰ জীৱ।।
ReplyDelete